பொருள் : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
எடுத்துக்காட்டு :
নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
ஒத்த சொற்கள் : পাত্র
பொருள் : যাৰ দ্বাৰা জীৱনত কৰা কামৰ বা আচৰণৰ স্বৰূপৰ ওপৰত ভিত্তি কৰি কাৰোবাৰ যোগ্যতা, মনুষ্যত্ব আদি সূচোৱা হয়
எடுத்துக்காட்டு :
চৰিত্রই মানুহৰ যোগ্যতা নিৰূপণ কৰে
பொருள் : নাৰীৰ আব-হাৱা
எடுத்துக்காட்டு :
তেওঁ নি্র্মল গুণৰ অধিকাৰিণী
ஒத்த சொற்கள் : গুণৰ অধিকাৰিণী, চাল-চলন, চালচলন
பொருள் : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
எடுத்துக்காட்டு :
সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
ஒத்த சொற்கள் : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র