பொருள் : বেয়া ব্যৱহাৰ কৰোতা বা যাৰ কোনো বেয়া স্বভাৱ আছে
எடுத்துக்காட்டு :
তুমি ্তেওঁৰ লগ এৰি দিয়া, কিয়নো তেওঁ চৰিত্রহীন লোক
ஒத்த சொற்கள் : কু-চৰিত্র, কুচৰিত্র, বেয়া-চৰিত্র
பொருள் : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ
எடுத்துக்காட்டு :
চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ
ஒத்த சொற்கள் : দুশ্চৰিত্র, দুৰাচাৰী, ভ্রষ্টাচাৰী