பொருள் : কোনো তৰল পদার্থ ছটিওৱা কার্য
எடுத்துக்காட்டு :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
ஒத்த சொற்கள் : সিঁচা
பொருள் : কোনো বস্তু ইফালে-সিফালে পেলোৱা
எடுத்துக்காட்டு :
চিকাৰীয়ে ভৰিৰ তলত দানা ছটিয়াইছে
ஒத்த சொற்கள் : সিঁচা
பொருள் : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা
எடுத்துக்காட்டு :
আঞ্জাত নিমখ ছটিয়াই দিয়া
ஒத்த சொற்கள் : ছটিয়াই দিয়া
பொருள் : পানী আদিৰে মৰা চিটিকনি
எடுத்துக்காட்டு :
খেতিয়কে খেতিত ঔষধ ছটিয়াইছে
ஒத்த சொற்கள் : ছিটিকনি মৰা
பொருள் : পানী ছটিওৱা কার্য
எடுத்துக்காட்டு :
ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে
ஒத்த சொற்கள் : ছটিয়াই দিয়া
பொருள் : বৰষুণৰ পানীৰ দৰে ওপৰৰ পৰা বা অʼৰ তʼৰ পৰা অহৰহ অধিক মাত্রত কোনো বস্তু সৰি পৰা
எடுத்துக்காட்டு :
ছাবিশ জানুৱাৰীৰ দিনা হেলিকপ্তাৰে ফুল ছটিয়ালে
ஒத்த சொற்கள் : বর্ষণ ্কৰা
பொருள் : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
எடுத்துக்காட்டு :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
ஒத்த சொற்கள் : গুটি ছটিওৱা, গুটি সিঁচা, সিঁচা