பொருள் : সৰু আকাৰৰ ছাতি
எடுத்துக்காட்டு :
বৰষুণ, ৰʼদ আদিত চহৰৰ মহিলাই ছাতিৰ ব্যৱহাৰ কৰে
ஒத்த சொற்கள் : সৰু ছাতি
பொருள் : ৰʼদ-বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে ধাতু বা কাঠৰ নাল লগাই কাপোৰ আদিৰে তৈয়াৰ কৰা এক আচ্ছাদন
எடுத்துக்காட்டு :
বৰষুণত তিতাৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহে ছাতি লয়
ஒத்த சொற்கள் : ছত্র