பொருள் : প্রায়েই কাৰোবাৰ পিছত বা লগত লাগি থকা ব্যক্তি বা পদার্থ
எடுத்துக்காட்டு :
সেই দুই বন্ধু এজন আনজনৰ ছায়াৰ দৰে
ஒத்த சொற்கள் : ছাঁ
பொருள் : পোহৰৰ সন্মুখত বা পিছৰ পিনে থাকিলে আগফাল বা পিছফালে পৰা কোনো বস্তুৰ আকৃতিৰ অনুৰূপ ছাঁয়া
எடுத்துக்காட்டு :
শিশুটোৱে নিজৰ প্রতি্চ্ছাঁয়াটো দেখি সন্তুষ্ট হৈ আছে
ஒத்த சொற்கள் : প্রচ্ছায়া ; ছাঁ, প্রতি্চ্ছাঁয়াটো