பொருள் : যাৰ উজ্জ্বলতা গুণ বেছি বা ধুনীয়া চকুত লগা ৰং:ৰমেশে বিয়াত জকমকীয়া কাপোৰ পিন্ধিছিল
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : উজ্জ্বল, চকচকীয়া, চকমকীয়া, চকুত চমক লগা, চকুত ছাতি মাৰি ধৰা, চিকচিকীয়া, চিকমিকিয়া, জলমলীয়া, ঝকমকীয়া, ৰংচঙীয়া
பொருள் : যাৰ ৰং অতি তীব্র
எடுத்துக்காட்டு :
বহুৱাটোৱে জকমকীয়া কাপোৰ পিন্ধি আছিল
ஒத்த சொற்கள் : চকচকীয়া