பொருள் : পেটৰ আহাৰ হজম কৰা তাপ
எடுத்துக்காட்டு :
জঠৰাগ্নিয়ে ভালদৰে কাম কৰিলে শৰীৰ সুস্থ হৈ থাকে
பொருள் : খাবৰ কাৰণে ওপজা ইচ্ছা
எடுத்துக்காட்டு :
মাকক দেখিয়েই কেঁচুৱাটোৰ ভোক বাঢ়ি গʼল
ஒத்த சொற்கள் : অন্নলিপ্সা, কলমলনি, কোষ্ঠাগ্নি, ক্ষুধা, জঠৰজ্বালা, জঠৰানল, পেটৰ পোৰণি, বুভুক্ষা, ভোক, ভোজনেচ্ছা