உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : মানুহৰ সমষ্টি বা সমূহ
எடுத்துக்காட்டு : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
ஒத்த சொற்கள் : জনগণ, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি, ৰাইজ
பொருள் : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
எடுத்துக்காட்டு : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
ஒத்த சொற்கள் : জনমানস, ৰাইজ
பொருள் : এজনতকৈ অধিক ব্যক্তি
எடுத்துக்காட்டு : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত
ஒத்த சொற்கள் : জনগণ, জনমানস, লোক
பொருள் : পৃথিৱীত থকা লোক
எடுத்துக்காட்டு : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
ஒத்த சொற்கள் : জগত, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ
பொருள் : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : জনগন, জনসাধাৰণ, প্রজা
நிறுவு