உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
எடுத்துக்காட்டு : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে
ஒத்த சொற்கள் : কিম্বদন্তি, জনপ্রবাদ, জনৰৱ, প্রবাদ
பொருள் : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি
எடுத்துக்காட்டு : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়
ஒத்த சொற்கள் : জনপ্রবাদ, লোক-কথা, লোকোক্তি
பொருள் : যিটো মানুহৰ মাজত প্রচলিত হৈ আছে
எடுத்துக்காட்டு : মোহনে জনশ্রুতিবোৰ বৰ মনোযোগেৰে শুনে
ஒத்த சொற்கள் : জন-শ্রুতি, লোক-কথা, লোককথা
பொருள் : যিটো কাণ বাগৰি আহিছে
எடுத்துக்காட்டு : মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
ஒத்த சொற்கள் : কিংবদন্তি, শ্রুতি, শ্রুতি-কথা
நிறுவு