பொருள் : পানী উলিওৱা বা ওলোৱা কার্য
எடுத்துக்காட்டு :
নলাবোৰত জাবৰ-জোথৰ পৰি থকাৰ কাৰণে জল-নিষ্কাশনত অসুবিধা হৈ আছে
பொருள் : পানীৰ নিষ্কাশন
எடுத்துக்காட்டு :
জল-নিষ্কাশনৰ উচিত ব্যৱস্থা নথকাৰ কাৰণে লেতেৰা পানী পথৰ মাজলৈ বৈ আহিছে