உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে
எடுத்துக்காட்டு : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল
ஒத்த சொற்கள் : জুম
பொருள் : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
எடுத்துக்காட்டு : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
ஒத்த சொற்கள் : পাল, সমুদায়, সমূহ
பொருள் : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
எடுத்துக்காட்டு : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
ஒத்த சொற்கள் : গণ, গোট, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
பொருள் : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ
எடுத்துக்காட்டு : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে
ஒத்த சொற்கள் : দল
நிறுவு