பொருள் : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু
எடுத்துக்காட்டு :
ফলৰ দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল
ஒத்த சொற்கள் : নেট
பொருள் : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন
எடுத்துக்காட்டு :
অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে
ஒத்த சொற்கள் : ফান্দ
பொருள் : একেলগে গোঁঠা বহুত বস্তুৰ সমূহ
எடுத்துக்காட்டு :
শৰীৰত শিৰা-উপশিৰাৰ জাল প্রসাৰিত হৈ আছে
பொருள் : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে
எடுத்துக்காட்டு :
টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে
ஒத்த சொற்கள் : নেট
பொருள் : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা
எடுத்துக்காட்டு :
মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে
ஒத்த சொற்கள் : নিচা, মত্ততা, মত্তাৱস্থা, ৰাগি