பொருள் : জীৱিত থাকিবৰ কাৰণে আৱশ্যক হোৱা পৰিস্থিতি যʼত বতাহ, পানী আদি থাকে
எடுத்துக்காட்டு :
বিজ্ঞানীসকলে চন্দ্রত জীৱন আছেনে নাই সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে
பொருள் : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে
எடுத்துக்காட்டு :
বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়
ஒத்த சொற்கள் : আয়ুস
பொருள் : জীৱন যাপন কৰাৰ ধৰণ বিশেষ
எடுத்துக்காட்டு :
নি্র্বাচন অহাৰ লগে লগেই নেতাসকলে ৰাজনৈতিক জীৱনত সক্রিয় হৈ পৰে
பொருள் : জীৱিত প্রাণী
எடுத்துக்காட்டு :
ডুবাৰুৰ কাৰণে বানত ডুবিবলৈ ধৰা লোকসকলৰ জীৱন ৰক্ষা পৰিল