பொருள் : জন্মৰ পৰা ধৰি এতিয়ালৈকে জীৱন কাল বা পাৰ হৈ যোৱা জীৱন কাল
எடுத்துக்காட்டு :
শ্যাম মোতকৈ বয়সত দুবছৰ ডাঙৰ এই প্রতিযোগিতাত দহ বছৰতকৈ কম বয়সৰ লʼৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব নোৱাৰে
ஒத்த சொற்கள் :
আয়ু, আয়ুকাল, আয়ুবেলি, আয়ুষ্কাল, আয়ুস, জীৱদ্দশা, পৰমায়ু, বয়স