உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
எடுத்துக்காட்டு : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
ஒத்த சொற்கள் : দিয়াচলাই, মেচ, মেচ বক্স
பொருள் : মিহি কাঠৰ শলা যাৰ এটা মূৰত অকণমান গন্ধকৰ মিশ্রণ লগোৱা থাকে আৰু ইয়াক ঘর্ষণৰ ্ দ্বাৰা জুই জ্বলোৱা হয়
எடுத்துக்காட்டு : মমতাই জুইশলাৰে ধূপ জ্বলাইছে
ஒத்த சொற்கள் : জুইশলা কাঠী, দিয়াচলাই কাঠী, মেচ-কাঠী
நிறுவு