பொருள் : প্রথমে এবাৰ-দুবাৰ কামত ব্যৱহৃত পদার্থ
எடுத்துக்காட்டு :
পূজা আদিত উচ্ছিষ্টৰ ব্যৱহাৰ নকৰে
ஒத்த சொற்கள் : উচ্ছিষ্ট
பொருள் : কাৰোবাক দিয়া ভোজনৰ পৰা বাকী ৰোৱা বস্তু
எடுத்துக்காட்டு :
জুঠা আনক দিব নালাগে
ஒத்த சொற்கள் : উচ্ছিষ্ট ভোজন
பொருள் : যাৰ আগতে কোনোৱে ব্যৱহাৰ কৰিছে
எடுத்துக்காட்டு :
জুঠা ভোজন ভগৱানক অর্পন ্কৰা নহয় মায়ে জুঠা বাচনবোৰক ধুই আছে