பொருள் : বিপদ বা সংকট থকা কাম বা আয়োজন
எடுத்துக்காட்டு :
হত্যাকাৰীৰ ওচৰ পাবলৈ তেওঁ এক জুৱা খেলিলে
பொருள் : বাজী লগাই খেলা হৰা-জিকা একপ্রকাৰৰ খেল
எடுத்துக்காட்டு :
পাণ্ডৱে দ্রৌপদীক জুৱাত হাৰিছিল
ஒத்த சொற்கள் : জুৱাখেল, দ্যুত ক্রীড়া