பொருள் : বাৰিষাকালত দেখা দিয়া এবিধ পতঙ্গ যাৰ গাৰ পিছ অংশ খুউব জিলিকি থাকে
எடுத்துக்காட்டு :
লʼৰা-ছোৱালীবোৰে জোনাকী পৰুৱা ধৰিবৰ কাৰণে তাৰ পিছে পিছে দৌৰিছে
ஒத்த சொற்கள் : খদ্যোত, জোনাকী পৰুৱা, জ্যোতিৰিংগ, জ্যোতিৰিংগন, জ্যোতিৰিঙ্গ, জ্যোতিৰিঙ্গন
பொருள் : চন্দ্র বা জোনৰ ৰশ্মিৰে সৈতে যুক্ত
எடுத்துக்காட்டு :
চন্দ্রাৱলীৰ ৰাতি ভ্রমণৰ মজাই বেলেগ
ஒத்த சொற்கள் : চন্দ্রাৱলী