உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
எடுத்துக்காட்டு : মোৰ ধনৰ মোনাটো চুৰি হʼল
ஒத்த சொற்கள் : বেগ, মোনা
பொருள் : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ
எடுத்துக்காட்டு : মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল
ஒத்த சொற்கள் : মোনা
பொருள் : যʼত কোনো বস্তু ৰখা যায়
எடுத்துக்காட்டு : কেংগাৰুৰ গাত প্রাকৃতিকভাৱেই জোলোঙা থাকে
ஒத்த சொற்கள் : জুলি, পকেট, সৰু মোনা
நிறுவு