பொருள் : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান
எடுத்துக்காட்டு :
কাপোৰৰ জোৰাখিনি ফাটি থাকিল
ஒத்த சொற்கள் : সন্ধি, সন্ধি স্থল, সন্ধি-স্থল
பொருள் : অন্য কোনো বস্তুৰ শেষত লগোৱা
எடுத்துக்காட்டு :
চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে
ஒத்த சொற்கள் : জোৰা লগোৱা, সংলগ্ন কৰা