பொருள் : জ্বলা হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
জ্বলাৰ কাৰণে মই এই আঞ্জাখন খাব নোৱাৰিলোঁ
பொருள் : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা
எடுத்துக்காட்டு :
বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল
ஒத்த சொற்கள் : জ্বলি যোৱা
பொருள் : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
எடுத்துக்காட்டு :
এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
ஒத்த சொற்கள் : জলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা