பொருள் : জুই সংযোগ কৰি কোনো বস্তুক জ্বলাত প্রবৃত্ত কৰা
எடுத்துக்காட்டு :
আহাৰ ৰান্ধিবৰ কাৰণে মালতীয়ে চৌকা জ্বলালে
பொருள் : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
எடுத்துக்காட்டு :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
ஒத்த சொற்கள் : উৎপীড়ন কৰা, কষ্ট দিয়া, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া
பொருள் : কাৰোবাৰ মনত সন্তাপ বা ঈর্ষা উৎপন্ন কৰা
எடுத்துக்காட்டு :
জেঠালেকে নতুন-নতুন কাপোৰপিন্ধি ভাইবোৱাৰীয়েকক জ্বলাইছে
பொருள் : চাকি আদি জ্বলা কার্য
எடுத்துக்காட்டு :
মাননীয় অধ্যক্ষই সমাৰোহ উদ্ঘাটন কৰিবলৈ বন্তি প্রজ্বলন কৰিলে
ஒத்த சொற்கள் : প্রজ্বলন কৰা