பொருள் : বাৰিষাকালত দেখা দিয়া এবিধ পতঙ্গ যাৰ গাৰ পিছ অংশ খুউব জিলিকি থাকে
எடுத்துக்காட்டு :
লʼৰা-ছোৱালীবোৰে জোনাকী পৰুৱা ধৰিবৰ কাৰণে তাৰ পিছে পিছে দৌৰিছে
ஒத்த சொற்கள் : খদ্যোত, জোনাকী, জোনাকী পৰুৱা, জ্যোতিৰিংগন, জ্যোতিৰিঙ্গ, জ্যোতিৰিঙ্গন