பொருள் : অতি বেগেৰে অহা বতাহ যাৰ বাবে চাৰিওফালে ধূলি উৰি আন্ধাৰে আৱৰি ধৰে
எடுத்துக்காட்டு :
ধুমুহা-বতাহে মোৰ ঘৰৰ চালিখন উৰাই নিলে
ஒத்த சொற்கள் : চাচি, ধুমুহা-বতাহবানাহ
பொருள் : তীব্রবেগী ধুমুহা
எடுத்துக்காட்டு :
কালি অহা ধুমুহা-বতাহত কিমানযে জুপুৰী উছন হʼল
ஒத்த சொற்கள் : ধুমুহা-বতাহ