பொருள் : ভাৰতত প্রচলিত মুদ্রা
எடுத்துக்காட்டு :
ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
ஒத்த சொற்கள் : ভাৰতীয় টকা, ৰুপিয়া, ৰুপী
பொருள் : ভাৰত, পাকিস্তান আদি দেশত প্রচলিত মুদ্রা বিশেষ
எடுத்துக்காட்டு :
টকাৰ মূল্য আন্তর্ৰাষ্ট্রীয় ্পর্যায়ত দিনে দিনে কমি অহা দেখা গৈছে
பொருள் : ভাৰতত প্রচলিত এটা মোহৰ যাৰ পৰিমাণ এসময়ত প্রচলিত ষোল্ল অনাৰ সৈতে সমান
எடுத்துக்காட்டு :
ককা-দেউতাৰ ওচৰত বিভিন্ন ধৰণৰ টকা আছে