பொருள் : তলৰ ফাললৈ টনা বা বগৰাই পেলোৱা কার্য
எடுத்துக்காட்டு :
কিছুমান মানুহে টনা-আঁজোৰা কৰিয়েই সুখ পায়
பொருள் : কোনোৰ বস্তুৰ অপকাৰ সাধন হোৱাকৈ নিজৰ স্থানৰ পৰা আঁতৰোৱা বা কোনো ভঙা-গঢ়াৰ কার্য ্কৰা
எடுத்துக்காட்டு :
ইয়াত ৰখা বস্তুবোৰৰ লগত টনা-আঁজোৰা নকৰিবা
ஒத்த சொற்கள் : কঢ়া-আঁজোৰা