பொருள் : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
எடுத்துக்காட்டு :
মোৰ ডিঙিটো টানি ধৰিছে
ஒத்த சொற்கள் : পাক খোৱা, মোচোকা খোৱা, লাগি ধৰা
பொருள் : অনুচিতভাৱে লোৱা
எடுத்துக்காட்டு :
মন্দিৰ সজাৰ নামত তেওঁ এহেজাৰ টকা জোৰ কৰি লʼলে
ஒத்த சொற்கள் : জোৰ কৰা, জোৰ-জবৰদস্তি লোৱা