உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কাঁচৰ ৰঙৰ এক খুউব মিহি ধাতু যাৰ পৰমাণু ক্রমাংক পঞ্চাশ
எடுத்துக்காட்டு : টিং বনাবলৈও বগী তাম ব্যৱহাৰ কৰা হয়
ஒத்த சொற்கள் : বগী তাম, ৰাং
பொருள் : ধাতু , প্লাষ্টিক আদিৰে তৈয়াৰ কৰা ঢাকোন থকা পাত্র
எடுத்துக்காட்டு : তেওঁ ্ চেনি আদি ৰাখিবলৈ বজাৰৰ পৰা চাৰিটা টেমা কিনি আনিলে
ஒத்த சொற்கள் : টেমা, ডিব্বা, বৈয়াম, বয়াম
பொருள் : টিনৰ পাতল তৰপেৰে বনোৱা ঘূৰণীয়া
எடுத்துக்காட்டு : তেওঁৰ ্পাকঘৰটো টেমাৰে ভৰি আছে
ஒத்த சொற்கள் : টেমা
பொருள் : এবিধ ৰূপালী ৰঙৰ নমনীয় ধাতৱীয় পদার্থ
எடுத்துக்காட்டு : টিনৰ পৰা বহুতো লাগতিয়াল বস্তু তৈয়াৰ কৰিব পাৰি
ஒத்த சொற்கள் : ৰাং
நிறுவு