பொருள் : কোনো ৰোগ প্রতিৰোধ কৰিবৰ কাৰণে সেই ৰোগৰ বীজাণুৰ জুলীয়া অংশ বেজিৰ দ্বাৰা সুমুৱাই দিয়া কার্য
எடுத்துக்காட்டு :
কিছুমান মৃত্যু ঘটোৱা ৰোগৰ পৰা বাচিবৰ কাৰণে লʼৰা-ছোৱালীবোৰক টীকাকৰণ কৰা হয়
ஒத்த சொற்கள் : টীকাকৰণ
பொருள் : গূঢ় কথা বা বাক্য বিস্তৃত আৰু স্পষ্টভাৱে বর্ণ্্না কৰা কোনো লেখা
எடுத்துக்காட்டு :
এই গ্রন্থখনৰ গূঢ় বাক্যবোৰ বুজিবৰ কাৰণে ঠায়ে-ঠায়ে টীকা দিয়া আছে
ஒத்த சொற்கள் : টিপ্পনী
பொருள் : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ
எடுத்துக்காட்டு :
মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে
ஒத்த சொற்கள் : টিপ্পনী, টীকা-টিপ্পনী