உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ
எடுத்துக்காட்டு : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে
ஒத்த சொற்கள் : খণ্ড, পীচ
பொருள் : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
எடுத்துக்காட்டு : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
ஒத்த சொற்கள் : অংগ, অংশ, খণ্ড, বিভাগ, ভাগ
பொருள் : যিকোনো বস্তুৰ গোটা টুকুৰা
எடுத்துக்காட்டு : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
ஒத்த சொற்கள் : খণ্ড
பொருள் : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু
எடுத்துக்காட்டு : শিশুটোৱে বৰফৰ টুকুৰা খাই আছে
பொருள் : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড
எடுத்துக்காட்டு : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে
ஒத்த சொற்கள் : খণ্ড, ভাগ
நிறுவு