பொருள் : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা
எடுத்துக்காட்டு :
তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে
ஒத்த சொற்கள் : বিদ্রূপ কৰা, ব্যঙ্গ কৰা
பொருள் : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
எடுத்துக்காட்டு :
তেওঁ ্সদায় আনৰ নিন্দা কৰে
ஒத்த சொற்கள் : আঙুলি উঠোৱা, থু থু কৰা, নিন্দা কৰা, বেয়া কৰা
பொருள் : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা বা তেওঁৰ ্বেয়া কৰা
எடுத்துக்காட்டு :
ৰামুৱে সদায় আনৰ উপহাস কৰি ভাল পায়
ஒத்த சொற்கள் : উপহাস কৰা
பொருள் : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়
எடுத்துக்காட்டு :
মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে
ஒத்த சொற்கள் : ব্যঙ্গ কৰা
பொருள் : কাৰোবাক নিজৰ ব্যঙ্গাত্মক কথাৰে মর্মাহত কৰা
எடுத்துக்காட்டு :
পৰীক্ষাত ভাল ফলাফল লাভ নকৰা কাৰণে ৰিতুক সকলোৱে ইতিকিং কৰিছিল
ஒத்த சொற்கள் : ইতিকিং কৰা, ইয়ার্কি কৰা, কটাক্ষ কৰা, পেংলাই কৰা, বিদ্রুপ কৰা, ব্যঙ্গোক্তি কৰা, লাজ দিয়া