பொருள் : খুব ভালকৈ ভৰি থকা
எடுத்துக்காட்டு :
এই মোনাটো সূতাৰে ঠাহ খাই আছে
பொருள் : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা
எடுத்துக்காட்டு :
ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে
பொருள் : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)
எடுத்துக்காட்டு :
ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে
ஒத்த சொற்கள் : ভর্তি হোৱা, ভৰি থকা