உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি কোনো কাম কৰিবৰ বাবে সমর্থ
எடுத்துக்காட்டு : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
ஒத்த சொற்கள் : উচিত, উপযুক্ত, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
பொருள் : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : উচিত, উপযুক্ত, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
பொருள் : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
எடுத்துக்காட்டு : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
ஒத்த சொற்கள் : যথার্থ, সঁ্চা, সত্য
பொருள் : যেনে হোৱা উচিত তেনেধৰণৰ
எடுத்துக்காட்டு : এই কথাটো মোৰ উচিত যেন লগা নাই
ஒத்த சொற்கள் : উচিত, উপযুক্ত, যোগ্য, সঠিক
பொருள் : যʼত কোনো ধৰণৰ ব্যৱস্থা বা নিয়ম আছে
எடுத்துக்காட்டு : তেওঁ ্কোঠাটোৰ ঠিক কৰি থোৱা বস্তুবোৰ খেলিমেলি কৰি দিলে
ஒத்த சொற்கள் : বিন্যস্ত, ব্যৱস্থিত
பொருள் : যিটো নি্র্ধাৰিত বা নিশ্চিত
எடுத்துக்காட்டு : মই নিশ্চিত ঠাইত উপস্থিত হʼম
ஒத்த சொற்கள் : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত, সঠিক
நிறுவு