பொருள் : ভগা-চিগা বস্তু পুনৰ সঠিক ৰূপত গঢ়া
எடுத்துக்காட்டு :
ঘড়ীমিস্ত্রীজনে ঘড়ী মেৰামতি কৰি আছে
ஒத்த சொற்கள் : বাতা, মেৰামতি কৰা
பொருள் : দোষ-ত্রুতি আদি দূৰ কৰি ঠিক বা ভাল অৱস্থালৈ অনা বা কামৰ কাৰণে যোগ্য কৰি তোলা কার্য
எடுத்துக்காட்டு :
শিক্ষক মহোদয়ে আমি লিখা লেখাবোৰ সংশোধন কৰি দিছে
ஒத்த சொற்கள் : ভাল কৰা, শুদ্ধ কৰা, সংশোধন কৰা, সংস্কাৰ কৰা
பொருள் : ভাড়াত কোনো যান-বাহন আদি লোৱা
எடுத்துக்காட்டு :
আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ
ஒத்த சொற்கள் : লোৱা
பொருள் : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
எடுத்துக்காட்டு :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
ஒத்த சொற்கள் : কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা
பொருள் : কোনো কার্য আদিৰ কাৰণে কথা ঠিক কৰা
எடுத்துக்காட்டு :
তেওঁ ঘৰটোৰ বন্দোবস্তি সস্তাত ঠিক কৰিলে