பொருள் : ঠিকনা বা স্থান সূচোৱা কোনো বিশেষ কথা যাৰ যোগেদি কাৰোবাৰ ওচৰত পাব পাৰি
எடுத்துக்காட்டு :
মই তেওঁৰ ঠিকনা বিচাৰি ইয়াত পালোঁহি
பொருள் : কোনো ঠাই বা ব্যক্তি আদিক লগ পাবৰ বাবে দিয়া নির্দেশ ্ বা চিঠি আদিত লিখিত কাৰোবাৰ নাম আৰু বসবাস কৰা ঠাই আদি
எடுத்துக்காட்டு :
ভুল ঠিকনা লিখা কাৰণে ডাকোৱালে বেলেগৰ চিঠি আমাৰ ঘৰত দি গʼল
பொருள் : নিশ্চিত বা নির্দিষ্ট স্থান
எடுத்துக்காட்டு :
ঘৰত কোনো বস্তু নিজৰ ঠাইত নাথাকে
ஒத்த சொற்கள் : ঠাই