பொருள் : বস্তু-বাহানি আদি লুটপাত কৰিবৰ কাৰণে দল বান্ধি কৰা আক্রমণ
எடுத்துக்காட்டு :
যোৱা সপ্তাহত ইয়াত এখন দোকানত ডকাইতি হৈছিল
பொருள் : পথচাৰীৰ পৰা বস্তু-বাহানি লুটপাত কৰা কার্য
எடுத்துக்காட்டு :
এই ৰাস্তাটোত বেছিভাগ ডকাইতি হয়
ஒத்த சொற்கள் : চুৰি
பொருள் : কাৰোবাৰ পৰা বলপূর্বকভ্াৱে বা ডকা-হকা দি কোনো বস্তু লোৱা কার্য
எடுத்துக்காட்டு :
এই পথত ডকাইতে পথিকক ডকাইতি কৰে
ஒத்த சொற்கள் : অপহৰণ কৰা, লুট কৰা, লুট-পাত কৰা