பொருள் : ডাক ব্যৱস্থাৰ যোগেদি অনা বা লৈ যোৱা চিঠি আদি
எடுத்துக்காட்டு :
ডাকোৱালে সদায় চাৰি বজাত ডাক আনে
ஒத்த சொற்கள் : পোষ্ট
பொருள் : ৰাজ্যৰ ফালৰ পৰা চিঠি, পার্চেল আদিৰ অনা-নিয়া কৰা ব্যৱস্থা
எடுத்துக்காட்டு :
মই নিজৰ চিঠিখন ডাকত পঠিয়াইছোঁ
பொருள் : নিলামৰ সময়ত চিঞৰি দাম লগোৱা কার্য
எடுத்துக்காட்டு :
মই এই বস্তুটোৰ কাৰণে এশ টকালৈকে ডাক লগাব পাৰোঁ