பொருள் : ঢলং-পলং কৰা বা অস্থিৰ হোৱা অৱস্থা
எடுத்துக்காட்டு :
মোহনৰ ঢলং-পলঙৰ পৰাই গম পোৱা গৈছে যে সি নিচাত আছে
பொருள் : ঢৌৰ দৰে লৰি থকা কার্য ্বা ভাব
எடுத்துக்காட்டு :
মই ৰাষ্টাৰ দাঁতিত থিয় হৈ থকা মদাহীটোৱে নিচাত ঢলং-পলং কৰি থকা আৰু সৰি পৰা চাই আছিলোঁ