பொருள் : পাহাৰ-পর্বত আদিৰ কোনো এক জল উৎসৰ পৰা নির্দিষ্ট পথেৰে বৈ আহি সাগৰ, মহাসাগৰ বা অন্য জলাশয়ত মিলিত হোৱা প্রাকৃতিক জলৰাশি
எடுத்துக்காட்டு :
ব্রহ্মপুত্র এখন ডাঙৰ নদী বাৰিষা নৈৰ পৰা বানপানী হয়
ஒத்த சொற்கள் :
দৰিয়া, নদ, নদী, নৈ, প্রবাহিনী, স্রোতস্বিনী