பொருள் : প্রাণীৰ একে ৰূপতে থকা সকলো অংগৰ সমষ্টি
எடுத்துக்காட்டு :
শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম কৰা উচিত যি দৰে আমি পুৰণা কাপোৰ সলাই নতুন কাপোৰ পিন্ধো সেইদৰে আত্মাইও পুৰণা দেহ ত্যাগ কৰি নতুন দেহত প্রৱেশ কৰে
ஒத்த சொற்கள் :
ইন্দ্রিয়াতন, কায়, গা, গাত্র, দেহ, দেহপিঞ্জৰ, দেহা, বপু, ভোগায়তন, শৰীল, শৰীৰ