பொருள் : জলাশয়ৰ তলৰ ভূমি
எடுத்துக்காட்டு :
এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
ஒத்த சொற்கள் : তলি
பொருள் : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
எடுத்துக்காட்டு :
লোটাটোৰ তলিত গেদ জমা হৈছে
ஒத்த சொற்கள் : তলি
பொருள் : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ বিস্তাৰিত অংশ
எடுத்துக்காட்டு :
গৰমৰ দিনত পানীৰ স্তৰ তললৈ নামি যায়
ஒத்த சொற்கள் : স্তৰ
பொருள் : কোনো বস্তুৰ আধাৰত ৰৈ থকা তলৰ অংশ
எடுத்துக்காட்டு :
এই কেৰাহীখনৰ তলীখন ডাঠ
ஒத்த சொற்கள் : তলী