பொருள் : নিৰাপদৰ কাৰণে বাকচ, আলমাৰি, ঘৰ-দুৱাৰ আদিৰ খাৰুৱাত লগোৱা এবিধ ধাতুৰ সৰঞ্জাম
எடுத்துக்காட்டு :
চাবিপাত হেৰুৱা কাৰণে মই বাকচটোৰ তলা ভাগিব লগীয়া হʼল
ஒத்த சொற்கள் : তলা-চাবি
பொருள் : কিছুমান আভূষণৰ মূৰত জোৰা লগোৱাৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পেচযুক্ত বস্তু বিশেষ
எடுத்துக்காட்டு :
কাণফুলিৰ পেচটো কʼৰবাত সৰি পৰিল
ஒத்த சொற்கள் : পেচ