பொருள் : কোনো বস্তু আদিৰ তলৰ অংশ
எடுத்துக்காட்டு :
এই বাচনটোৰ তলিত ফুটা আছে
பொருள் : জলাশয়ৰ তলৰ ভূমি
எடுத்துக்காட்டு :
এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
ஒத்த சொற்கள் : তল
பொருள் : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
எடுத்துக்காட்டு :
লোটাটোৰ তলিত গেদ জমা হৈছে
ஒத்த சொற்கள் : তল