பொருள் : খেলিবলৈ ব্যৱহাৰ কৰা ৰঙীন চিহ্ন আৰু ছবি থকা চাৰিচুকীয়া এবিধ ডাঠ কাগজ বিশেষ
எடுத்துக்காட்டு :
তেওঁ খঙতে তাচপাতখিনি ফালি দিলে এই আলমাৰিটোত কেইবাযোৰাও তাচ আছে
ஒத்த சொற்கள் : তাচপাত, প্লে কার্ড
பொருள் : তাচৰ পাতেৰে খেলিব পৰা খেল
எடுத்துக்காட்டு :
কিছুমান লোকে বাগিছাত তাচ খেলি আছে