பொருள் : যি লিপিত তামিল ভাষা লিখা হয়
எடுத்துக்காட்டு :
তামিল হৈয়ো তেওঁ ্তামিল পঢ়িব নোৱাৰে
ஒத்த சொற்கள் : তামিল লিপি
பொருள் : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা
எடுத்துக்காட்டு :
তেওঁলোক দুজনে তামিলত কথা পাতি আছে
ஒத்த சொற்கள் : তামিল ভাষা
பொருள் : তামিলনাডুৰ নিবাসী
எடுத்துக்காட்டு :
ভালেমান তামিল মোৰ ভাল বন্ধু
பொருள் : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ
எடுத்துக்காட்டு :
তামিল সাহিত্য বহুত উন্নত
பொருள் : তামিলনাডুৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে
பொருள் : তামিলনাডুত থকা বা বসতি কৰা
எடுத்துக்காட்டு :
তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে