பொருள் : পানী বা কোনো তৰল পদার্থৰ ্সহায়ত কোনো বস্তু মোলায়ম কৰা
எடுத்துக்காட்டு :
কুমাৰে কলহ বনাবৰ কাৰণে মাটি তিয়াই আছে
ஒத்த சொற்கள் : ভিজোৱা
பொருள் : কোনো বস্তুক পানী বা কোনো তৰল পদার্থত সিক্ত হʼবলৈ ডুবাই ৰখা
எடுத்துக்காட்டு :
ৰাতিপুৱা খাবলৈ মায়ে সদায় বুট তিয়াই থয়
ஒத்த சொற்கள் : তিয়াই থোৱা, ভিজোৱা