உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ
எடுத்துக்காட்டு : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে
ஒத்த சொற்கள் : দিৱস, বার্ষিকী, ্পর্ব
பொருள் : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
எடுத்துக்காட்டு : এদিনত আঠটা প্রহৰ থাকে
ஒத்த சொற்கள் : দিন, দিৱস
பொருள் : ইংৰাজী মাহৰ হিচাপেৰে গণনা কৰা দিন
எடுத்துக்காட்டு : মই আবেদন পত্রখনত আজিৰ তাৰিখ লিখিবলৈ পাহৰি গʼলো
ஒத்த சொற்கள் : তাং, তাৰিখ, দিনাংক
நிறுவு