பொருள் : তিব্বতৰ ভাষা
எடுத்துக்காட்டு :
অসমীয়া ভাষাৰ ওপৰত তিব্বতী ভাষাৰ প্রভাৱ পৰিছে
ஒத்த சொற்கள் : তিব্বতী ভাষা
பொருள் : তিব্বতৰ অধিবাসী
எடுத்துக்காட்டு :
তিব্বতীসকল বহুত উদ্যমী
பொருள் : তিব্বতত থকা বা বসতি কৰা
எடுத்துக்காட்டு :
তিব্বতী লামাসকলক আদৰণী জনাবলৈ সকলো থিয় হʼল
பொருள் : তিব্বতী ভাষা বা তিব্বতী ভাষাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
তেওঁ তিব্বতী কাহিনীবোৰ বৰ ভাল পায়
பொருள் : তিব্বতৰ বা তিব্বত সম্বন্ধীয়
எடுத்துக்காட்டு :
তিব্বতী মূলৰ সাত হাজাৰ শৰণার্থী ইয়ালৈ আহিল