பொருள் : তুর্কিস্তানৰ অধিবাসী
எடுத்துக்காட்டு :
তুর্কীসকলে ভাৰতৰ ওপৰত বাৰে-বাৰে আক্রমণ কৰিছিল
ஒத்த சொற்கள் : তুর্কীস্তান বাসী, তুর্কীস্তান-বাসী
பொருள் : তুর্কিস্তানৰ ভাষা
எடுத்துக்காட்டு :
তেওঁ ঘৰত তুর্কী কʼব পাৰে
ஒத்த சொற்கள் : তুর্কী ভাষা, তুর্কী-ভাষা
பொருள் : তুর্কী ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
শিক্ষাগুৰুৱে তুর্কী ্বর্ণৰ বিষয়ে বুজাই আছে
பொருள் : তুর্কীস্তানৰ বা তুর্কীস্তানৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
এই তুর্কী টুপিটো তুমি কʼত পালা
பொருள் : তুর্কিস্তানত বসবাস কৰোতা
எடுத்துக்காட்டு :
ভাৰতত ভালেমান তুর্কী লোকে বসতি কৰি আছে
ஒத்த சொற்கள் : তুর্কীস্তান বাসী, তুর্কীস্তানী