பொருள் : তেলেঙ্গ ক্ষেত্রৰ অধিবাসী
எடுத்துக்காட்டு :
চিকাগোত কেইজনমান পৰিচিত তেলেগুৰ সৈতে দেখা-সাক্ষাৎ হৈছিল
பொருள் : যি লিপিত তেলেগু ভাষা লিখা হয়
எடுத்துக்காட்டு :
কুন্নুৰাণীয়ে তেলেগু পঢ়িবলৈ চেষ্টা চলাই আছে
ஒத்த சொற்கள் : তেলেগু লিপি
பொருள் : তেলেঙ্গ অঞ্চলত প্রচলিত ভাষা
எடுத்துக்காட்டு :
অন্ধ্রপ্রদেশত তেলেগু কথা কয়
பொருள் : তেলেঙ্গ অঞ্চলৰ বা তাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
তেলেগু সংস্থাৰ দ্বাৰা আয়োজিত কার্যসূচী বহুত ভাল আছিল
பொருள் : তেলেগু ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
এইখন বহুত জনপ্রিয় তেলেগু চিনেমা
பொருள் : তেলেঙ্গ দেশত বসতি কৰোতা
எடுத்துக்காட்டு :
তুমি এতিয়া তেলেগু লোকৰ সংস্থাৰ সদস্য কিয় নোহোৱা